তাপীয় ক্ষমতাতাপুং

তাপীয় বিকিৰণ (Assamese) [ Roman: ta.pi.yo bi.ki.ron]
Contributed by: Swapnita Kakati on 2006-09-13
1. Physics(Abstract Noun) electromagnetic radiation emitted by all matter above a temperature of absolute zero because of the thermal motion of atomic particles আণৱিক কণাৰ তাপীয় গতিৰ বাবে চৰম শূন্য উষ্ণতাতকৈ অধিক উষ্ণতাত সকলো পদাৰ্থই বিকিৰিত কৰা বিদ্যুৎ-চুম্বকীয় ৰশ্মি